প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ পঞ্জী মতে, ২০১৪-১৫ বৰ্ষত ১৬টা প্ৰশিক্ষণ কৰ্মসূচী অনুষ্ঠিত হৈছিল।
প্ৰশিক্ষণৰ শিৰোনামা, তাৰিখ, সময় আৰু অংশগ্ৰহণকাৰীৰ সংখ্যা তলত দিয়া হল-
ক্ৰমিক নং | প্ৰশিক্ষণৰ বিষয় | সমল ব্যক্তি | তাৰিখ আৰু সময় | অংশগ্ৰহণকাৰীৰ সংখ্যা |
১ | ২ | ৩ | ৪ | ৫ |
১ | জনজাতিৰ জীৱিকা পদ্ধতি | ১. অধ্যাপক এ.চি. ভাগৱতী, অৱসৰপ্ৰাপ্ত অধ্যাপক, নৃতত্ব বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰাক্তন উপাচাৰ্য ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ, ২. ড০ কে. হালৈ, জ্যেষ্ঠ অনুষদ, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, ৩. জে.চি. কলিতা, জ্যেষ্ঠ অনুষদ, আই.আই.ই. লালমাটি, গুৱাহাটী | ৩০ আৰু ৩১ মে, ২০১৪ (দুদিন) | ২২
|
২ | কাৰ্যালয় পৰিচালনা | ১. শ্ৰী উদয়ন হাজৰিকা, যুটীয়া সচিব, অসম চৰকাৰৰ কৰ্মচাৰী (এ) বিভাগ, দিছপুৰ, গুৱাহাটী-৬ ২. শ্ৰী কঙ্ক চক্ৰৱৰ্ত্তী, ছোৱালী পলিটেকনিক গুৱাহাটী, ৩. শ্ৰী এ.কে. বৰুৱা, অৱসৰপ্ৰাপ্ত এফ.এ.অ. ৪. শ্ৰীচাৰু শৰ্মা, অৱসৰী এফ.এ.অ. | ২৪ আৰু ২৫ জুন,২০১৪ (দুদিন) | ১৯ |
৩ | অনুসূচিত জনজাতি/অনুসূচিত জাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা | ১. শ্ৰী উদয়ন হাজৰিকা, যুটীয়া সচিব, অসম চৰকাৰৰ কৰ্মচাৰী (এ) বিভাগ ২. ড০ জি.চি. শৰ্মা ঠাকুৰ, প্ৰাক্তন সঞ্চালক, এ.আই.আৰ.টি এণ্ড এছ.চি. ৩. শ্ৰীচাৰু শৰ্মা, অৱসৰী এফ.এ.অ. ৪. শ্ৰী কিৰণ গগৈ, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় | ১ আৰু ২ জুলাই, ২০১৪ (দুদিন) | ২১ |
৪ | অনুসূচিত জনজাতি/অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ উন্নয়নৰ বিষয় | ১. ড০ এম.কে. শ্ৰীবাস্তৱ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, গুৱাহাটী-২২ ২. অধ্যাপক ননী গোপাল মহন্ত, ৰাজনৈতিক বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ৩. ড০ জি.চি. শৰ্মা ঠাকুৰ, প্ৰাক্তন সঞ্চালক, এ.আই.আৰ.টি এণ্ড এছ.চি. ৪. ড০ মেঘালী সেনাপতি, সহঃঅধ্যাপিকা, টাটা ইনষ্টিটিউট অব ছচিয়েল চায়েন্সেজ | ৯ আৰু ১০ জুলাই, ২০১৪ | ২০ |
৫ | ক্ষুদ্ৰ অৰ্থনীতি | ১. ড০ অভিজিত শৰ্মা, সহযোগী অধ্যাপক, আই.আই.বি.এম., খানাপাৰা ২. ড০ পীযুষ সৌৰভ শৰ্মা, সহযোগী অধ্যাপক, আই.আই.বি.এম., খানাপাৰা, গুৱাহাটী ৩. শ্ৰী জিতেন কলিতা, সহযোগী অনুষদ সদস্য, আই.আই.ই., লালমাটি, গুৱাহাটী | ১৭ আৰু ১৮ জুলাই, ২০১৪ (দুদিন) | ১৮ |
৬ | কাৰ্যালয় হিচাপ | ১. শ্ৰী এ.কে. বৰুৱা, অৱসৰী এফ.এ.অ. ২. শ্ৰী জনাৰ্দন মিশ্ৰ, অৱসৰী এফ.এ.অ. | ৪ আৰু ৫ আগষ্ট,২০১৪ (দুদিন) | ১৭ |
৭ | প্ৰকল্প ৰূপায়ণ, নিৰীক্ষণ আৰু মূল্যায়ন | ১. শ্ৰী সঞ্জীৱ ৰাজ, অনুষদ, এ.আই.এম, ৭ম মহলা, ইষ্ট পইণ্ট টাৱাৰ্ছ, বামুণীমৈদাম, গুৱাহাটী-২১ ২. ড০ পাৰুল কলিতা, সহযোগী অধ্যাপিকা, এ.আই.এম, ৭ম মহলা, ইষ্ট পইণ্ট টাৱাৰ্ছ, বামুণীমৈদাম, গুৱাহাটী-২১
| ৬ আৰু ৭ আগষ্ট, ২০১৪ (দুদিন) | ১৯ |
৮ | তথ্য জনাৰ অধিকাৰ আইন | ড০ ৰোচন আৰা বেগম, সঞ্চালিকা, ক্ষুদ্ৰ সঞ্চয়, অসম চৰকাৰ | ১১ আৰু ১২ আগষ্ট, ২০১৪ (দুদিন) | ২১ |
৯ | ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী | ১. শ্ৰীশুভৰাম ৰাজখোৱা, অধ্যাপক, আইন, গুৱাহাটী বিশ্ববিদ্যালয় ২. শ্ৰী উদয়ন হাজৰিকা, যুটীয়া সচিব, অসম চৰকাৰৰ কৰ্মচাৰী (এ) বিভাগ, দিছপুৰ ৩. ড০ এম.কে. শ্ৰীবাস্তৱ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, গুৱাহাটী-২২ | ২৫ আৰু ২৬ আগষ্ট, ২০১৪ (দুদিন) | ২২ |
১০ | পঞ্জায়তীৰাজ আৰু স্ব-শাসিত প্ৰতিষ্ঠান | ১. ড০ কে. হালৈ, জ্যেষ্ঠ অধ্যাপক, এন.আই.আৰ.ডি.-এন.ই.আৰ.চি. ২. ড০ এ.চি. তালুকদাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ, অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় ৩. ড০ ৰত্ন ভূঞা, অনুষদ, এন.আই.আৰ.ডি.-এনই.আৰ.চি. ৪. ড০ এম.কে. শ্ৰীবাস্তৱ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, গুৱাহাটী-২২
| ২৯ আৰু ৩০ আগষ্ট, ২০১৪ (দুদিন) | ১৪ |
১১ | জনজাতীয় ভাষা (কাৰ্বি) | ১. ড০ উপেন ৰাভা, হাকাচাম, মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ২. শ্ৰী খগেন ইংতি, প্ৰচাৰ সচিব, কাৰ্বি সাংস্কৃতিক সন্থা, ডিফু, ৰংচলাম ৩. শ্ৰী জয় সিং টগবী, সভাপতি, সাংবাদিক সন্থা, কাৰ্বি আংলং | ৮-১২ ছেপ্তেম্বৰ, ২০১৪ (৫ দিন) | ১৪ |
১২ | অসমৰ জনজাতিৰ মাজত সামাজিক উন্নয়নৰ অভ্যাস | ১. ড০ এম.কে. শ্ৰীবাস্তৱ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, গুৱাহাটী-২২ ২. ড০ বেদব্ৰত শইকীয়া, সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ, সন্দিকৈ ছোৱালী মহাবিদ্যালয় ৩. শ্ৰী উদয়ন হাজৰিকা, যুটীয়া সচিব, অসম চৰকাৰৰ কৰ্মচাৰী (এ) বিভাগ, দিছপুৰ ৪. ড০ অৰূপজ্যোতি চৌধুৰী, দীন, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় | ১৯ আৰু ২০ চেপ্তেম্বৰ, ২০১৪ | ২০ |
১৩ | স্বায়ত্ত শাসিত পৰিষদ আৰু ষষ্ঠ অনুসূচীৰ ব্যৱস্থা |
| ২২ আৰু ২৩ ছেপ্তেম্বৰ, ২০১৪ (দুদিন) | ২১ |
১৪ | অনুসূচিত জনজাতি/অনুসূচিত জাতিৰ বাবে সংবিধানৰ ব্যৱস্থা | ১. ড০ এম.কে. শ্ৰীবাস্তৱ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, গুৱাহাটী-২২ ২. শ্ৰী দেৱেশ্বৰ মালাকাৰ, অসম চৰকাৰৰ যুটীয়া সচিব, উদ্যোগ আৰু বাণিজ্য বিভাগ ৩. ড০ কে. হালৈ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, ৪. শ্ৰী জগত চন্দ্ৰ বৰা, অৱসৰী এ.চি.এছ. বিষয়া | ২৩ আৰু ২৪ ছেপ্তেম্বৰ, ২০১৪ (দুদিন) | ১৩ |
১৫ | বন অধিকাৰ আইন, ২০০৬ | ১. ড০ জি.চি. শৰ্মা ঠাকুৰ, প্ৰাক্তন সঞ্চালক, এ.আই.আৰ.টি এণ্ড এছ.চি. ২. ড০ অনিল পেগু, কৰ্মসূচী পৰিচালক, ক্ষুদ্ৰ অৰ্থনীতি আৰু জীৱিকা কেন্দ্ৰ, ছাৰ্ভে, গুৱাহাটী ৩. ড০ বেদব্ৰত শইকীয়া, সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ, সন্দিকৈ ছোৱালী মহাবিদ্যালয় ৪. শ্ৰী ৰাকেশ সাউদ, গৱেষক পণ্ডিত, আই.আই.টি, গুৱাহাটী | ২৪ আৰু ২৫ ছেপ্তেম্বৰ,২০১৪ (দুদিন) | ২৪ |
১৬ | জনজাতীয় নৃতত্ব, কৃষ্টি আৰু বুৰঞ্জী | ১. ড০ প্ৰবীণ চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক /অতিথি বক্তা, লোকসংস্কৃতি গৱেষণা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ২. ড০ দয়ানন্দ পাঠক, অৱসৰী অধ্যক্ষ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, বৰ্তমান নগাঁৱৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৩. শ্ৰী সন্তোষ কুমাৰ সিং, সহযোগী আঞ্চলিক পৰিচালক, ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্তীয় আৰু উন্নয়ন নিগম, ভাৰত চৰকাৰৰ জনজাতি বিষয়ক মন্ত্ৰালয়, হেঙেৰাবাৰী, গুৱাহাটী ৪. ড০ দ্বীপেন বেজবৰুৱা, ৰীডাৰ, নৃতত্ব বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় | ২৫ আৰু ২৬ ছেপ্তেম্বৰ, ২০১৪ (দুদিন) | ৩২ |