মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

প্ৰশিক্ষণ

অধিৱেশন...প্ৰশিক্ষণ...আলোচনাকক্ষ

কাৰ্যালয়ৰ প্ৰথম মহলাত স্থাপন কৰা হৈছে এটি বিশখন আসন সংযুক্ত ঘূৰণীয়া মেজমেল সভাকক্ষ। সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত এই কক্ষটোত অত্যাধুনিক প্ৰকল্প প্ৰক্ষেপন কৰিব পৰা দৃশ্য-শ্ৰাব্য ব্যৱস্থা ৰখা হৈছে। মুঠতে পশিচ-ত্ৰিশখন আসন সংযুক্ত এনেবোৰ সুবিধাৰে পূৰ্ণ তিনিটাকৈ বাতানুকুল কক্ষ প্ৰতিষ্ঠানটোত আছে।