মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

প্ৰশিক্ষণ

ক্ষমতা উত্পাদক কেন্দ্ৰ

পূৰ্বে উল্লেখ কৰাৰ দৰে জনজাতি আৰু অনুসূচিত জাতিৰ অসম গৱেষণা প্ৰতিষ্ঠান সঞ্চালকালয় আৰু অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ প্ৰশিক্ষণ, আলোচনাচক্ৰ আদি অনুস্থিত কৰাৰ বাবে যুটীয়া উদ্যোগত গুৱাহাটীৰ সৰুমটৰীয়াস্থিত এ.আই.আৰ.টি.এছ.চি. প্ৰাংগনত এটি ক্ষমতা উত্পাদক কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে অৰ্থাত ৰাজ্যখনৰ পিছপৰা সম্প্ৰদায় সমূহৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিছে।