২০১৪-২০১৫ বৰ্ষত কৰা গৱেষণা অধ্যয়ন
ক্ৰমিক নং | গৱেষণা অধ্যয়নৰ নাম
|
১ | অসমৰ চিংফৌ জনজাতিৰ আৰ্থ-সামাজিক বৈশিষ্ট্যৰ অধ্যয়ন
|
২ | লখিমপুৰ জিলাৰ জনজাতিৰ বিষয়ে (মিচিং সম্প্ৰদায়) দৰিদ্ৰ মোচন আঁচনি আৰু জীৱিকা
|
৩ | অসমৰ কাৰ্বি আংলং জিলাৰ কাৰ্বি, ডিমাচা আৰু বড়ো কৃষকৰ জীৱিকা উন্নয়ন আৰু দৰিদ্ৰ মোচনত পশুপালন ব্যৱসায়ৰ আৰ্থ-সামাজিক মূল্যায়ন |
৪ | বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলৰ জিলাসমূহৰ বিশেষ প্ৰসঙ্গক ধৰি অসমৰ পৰা মহিলা আৰু শিশু সৰবৰাহ |
৫ | অসমৰ ৰাভাসকলক বিশেষ প্ৰাসঙ্গিক সমল হিচাপে লৈ গ্ৰাম্য জনজাতীয় সমাজ আৰু তেওঁলোকৰ পৰম্পৰাগত প্ৰতিষ্ঠানসমূহৰ ক্ৰমান্বয়ে সলনি হোৱা জীৱন শৈলীৰ ওপৰত অধ্যয়ন |
৬ | অসমৰ হাজং আৰু টাই ফাকে জনজাতিৰ জীৱনশৈলী আৰু সংস্কৃতিৰ ওপৰত তথ্য প্ৰতিপাদন
|
৭ | কোচ-ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ আন্দোলন – কোচ-ৰাজবংশী জনগোষ্ঠীৰ পৰিচয় সংকট। |
৮ | বিভিন্ন জনজাতীয় দলসমূহে স্ব-শাসিত আৰু স্থানীয় অঞ্চলৰ উন্নয়নৰ বাবে স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা প্ৰশাসনিক আৰু অৰ্থনৈতিক ব্যৱস্থাত এভুমুকি |
৯ | অসমৰ জনজাতীয় লোকৰ আৰ্থ-সামাজিক অৱস্থা – অসমৰ যোৰহাট জিলাক ঠেঙাল কছাৰী জনজাতিৰ ওপৰত এক অধ্যয়ন |
১০ | খিলঞ্জীয়া লোকৰ পৰিচয় সংকট – অসমৰ বিয়েট জনগোষ্ঠীৰ ওপৰত এক অধ্যয়ন
|
১১ | অসমৰ চিংফৌ জনগোষ্ঠীৰ ওপৰত এক নৃতাত্বিক অধ্যয়ন
|