২০১৪-১৫ বৰ্ষত এই প্ৰতিষ্ঠানত ২০খন সভা তথা বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছিল।
সভা তথা বক্তৃতানুষ্ঠানৰ তালিকাখন তলত দিয়া হল-
ক্ৰমিক নং | সভা তথা বক্তৃতানুষ্ঠান আৰু প্ৰশিক্ষণ | সমল ব্যক্তি | তাৰিখ আৰু সময় | অংশগ্ৰহণকাৰীৰ সংখ্যা |
১ | সম্পদ পৰিচালনা আৰু সমাজৰ অংশগ্ৰহণ | ১. অধ্যাপক (ড০) অৱনী ভাগৱতী, ভূগোল বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ২. অধ্যাপিকা (ড০) জোনালী দেৱী, বিভাগীয় মুৰব্বী, নৃতত্ব বিভাগ, কটন কলেজ | ২৭ মে, ২০১৪ (দুদিন) | ২২ |
২ | অসমৰ অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ নীতি | ১. ড০ জি.চি. শৰ্মা ঠাকুৰ, প্ৰাক্তন সঞ্চালক, এ.আই.আৰ.টি এণ্ড এছ.চি. ২. শ্ৰী চাৰু শৰ্মা, অৱসৰী এফ.এ.অ. | ২৭ জুন, ২০১৪ (এদিন) | ১৬ |
৩ | যাদুঘৰৰ যোগেদি কৃষ্টি সংৰক্ষণ | ১. অধ্যাপক এ.চি. ভাগৱতী, অবৈঃ সমন্বয়ক আৰু বিভাগীয় মুৰব্বী, উত্তৰ পূৰ্বাঞ্চলীয় কেন্দ্ৰ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই.জি.এন.এ), প্ৰাক্তন উপাচাৰ্য, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ আৰু প্ৰাক্তন বিভাগীয় মুৰব্বী, নৃতত্ব বিভাগ, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ২. শ্ৰী ৱাই.এছ. ৱুংলেংটন, যাদুঘৰ সঞ্চালক, অসম ৰাজ্যিক যাদুঘৰ, দীঘলীপুখুৰী, গুৱাহাটী | ৩০ জুন, ২০১৪ (এদিন) | ১৭ |
৪. | অসমৰ জনজাতীয় অঞ্চলত পৰ্যটনৰ সম্ভাৱনা | ১. শ্ৰী পল বৰুৱা, উপ-সচিব, অসম পৰ্যটন বিভাগ ২. শ্ৰী ৰাকেশ সাউদ, গৱেষক পণ্ডিত, আই.আই.টি., গুৱাহাটী | ২৫ জুলাই, ২০১৪ (এদিন) | ১৯ |
৫ | বন আৰু ভাৰতৰ জনজাতি সম্প্ৰদায় | ১. শ্ৰী এম. বৰুৱা এ.চি.এফ. কামৰূপ পূব বিভাগ ২. শ্ৰীমতী ৰস্না যাদৱ, গৱেষিকা পণ্ডিত, আই.আই.টি., গুৱাহাটী | ১ আগষ্ট, ২০১৪ (এদিন) | ২২ |
৬ | ষষ্ঠ অনুসূচীত থকা বিভিন্ন ব্যৱস্থা | ১. অধ্যাপক ননী গোপাল মহন্ত, ৰাজনীতি বিভাগ, গুৱাহাটী বিশ্ববিদ্যায়, ২. প্ৰফেচাৰ শুভম ৰাজখোৱা, আই বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় | ৮ আগষ্ট, ২০১৪ (এদিন) | ২২ |
৭ | দৈনন্দিন নিয়ম আৰু জনজাতীয় সমাজ | ১. ড০ উপেন ৰাভা হাকাচাম, বিভাগীয় মুৰব্বী, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ২. শ্ৰী নিলোত্পল ডেকা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় | ১৯ আগষ্ট, ২০১৪ (এদিন) | ২১ |
৮ | জনজাতীয় পৰম্পৰাগত জীৱিকাৰ বহনক্ষম উন্নয়ন | ১. ড০ জি.চি. শৰ্মা ঠাকুৰ, প্ৰাক্তন সঞ্চালক, এ.আই.আৰ.টি. এণ্ড এছ.চি. ২. ড০ গৌতম মজুমদাৰ, বিভাগীয় মুৰব্বী, অৰ্থনীতি বিভাগ, কটন কলেজ | ২০ আগষ্ট, ২০১৪ (এদিন) | ২৩ |
৯ | অনুসূচিত জনজাতি/অনুসূচিত জনজাতিৰ বিৰুদ্ধে পক্ষপাতিত্ব অত্যাচাৰী কৰ্মৰ বাবে আইন আৰু আইনী ব্যৱস্থা | ১. ড০ পাৰমিতা দে, সহযোগী অধ্যাপিকা, ৰাজনীতি বিজ্ঞান বিভাগ, কটন মহাবিদ্যালয় ২. শ্ৰীদেৱজিত্ দেৱ, অনুসন্ধানকাৰী, অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগ | ২৬ আগষ্ট, ২০১৮ (এদিন) | ২২ |
১০ | অনুসূচিত জনজাতি/অনুসূচিত জাতিৰ দাৰিদ্ৰ্য আৰু অৰ্থনৈতিক উন্নয়ন | ১. ড০ অনিল পেগু, কৰ্মসূচী পৰিচালক, ক্ষুদ্ৰ অৰ্থনীতি আৰু জীৱিকা কেন্দ্ৰ | ২৯ আগষ্ট ২০১৪ (এদিন) | ২৩ |
১১ | খিলঞ্জীয়া জনগোষ্ঠীৰ লগত গৱেষণা – প্ৰত্যাহ্বান আৰু আলোচনা | ১. ড০ আৰ.পি. আঠপৰীয়া, প্ৰাক্তন সঞ্চালক, ভাৰতৰ পূৰাতাত্বিক জৰীপ বিভাগ | ২ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ১৫ |
১২ | অসমৰ জনজাতীয় মহিলাৰ সৱলীকৰণ | ১. অধ্যাপিক অনুৰাধা দত্ত, প্ৰাক্তন বিভাগীয় মুৰব্বী, ৰাজনীতি বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় | ৮ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ২৫ |
১৩ | জনজাতীয় মানুহৰ উন্নয়নত স্বায়ত্ত সাসিত/উন্নয়ন পৰিষদৰ ভূমিকা | অধ্যাপক অৰূপ জ্যোতি চৌধুৰী, দী, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় | ৯ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ১০ |
১৪ | পৰম্পৰাগত সামাজিক প্ৰতিষ্ঠান আৰু জনজাতীয় উন্নয়ন | ১. ড০ জোনালী দেৱী, কটন মহাবিদ্যালয় ২. ড০ আৰ.পি. আঠপৰীয়া, প্ৰাক্তন সঞ্চালক, ভাৰতৰ পূৰাতাত্বিক জৰীপ বিভাগ | ১০ চেপ্তেম্বৰ, ২০১৪ (এদিন) | ১৫ |
১৫ | বন, অধিকাৰ আইন ৰূপায়ণ আৰু এফ.আৰ.এ ২০০৫ আইনৰ অধীনত বন সুৰক্ষা | ১. শ্ৰীমতী ৰাস্না যাদৱ, প্ৰাক্তন অনুষদ, এন.আই.আৰ.ডি এণ্ড পি.আৰ. – এন.ই.আৰ.চি, গুৱাহাটী শ্ৰী ৰাকেশ সাউদ, গৱেষক পণ্ডিত, আই.আই.টি., গুৱাহাটী | ১৫ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ২১ |
১৬ | অসমত জনজাতিৰ ভূমিৰ ওপৰত অধিকাৰ | ১. শ্ৰীজগত্ চন্দ্ৰ বৰা, অৱসৰী এ.চি.এছ. বিষয়া ২. ড০ কে. হালৈ, সহযোগী অধ্যাপক, এম.আই.আৰ.ডি এণ্ড পি.আৰ. – এন.ই.আৰ.ডি. | ১৬ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ১৪ |
১৭ | জনজাতি সন্দৰ্ভত অসমত আভ্যন্তৰীণ প্ৰব্ৰজন | ১. কল্যান দাস, অনুষদ, অমিয় কুমাৰ দাস প্ৰতিষ্ঠান ২. ড০ মকবুল আলী, সহযোগী অধ্যাপক, সমাজ বিজ্ঞান আৰু সামাজিক কৰ্ম বিভাগ, বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয়, মেঘালয় | ১৮ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ১৫ |
১৮ | আন্তঃজনজাতীয় আৰু গোষ্ঠীগত কলহ | ১.ড০ যোগেন্দ্ৰ নাথ, প্ৰাক্তন পঞ্জীয়ক, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ইটানগৰ, অৰুণাচল প্ৰদেশ ২. শ্ৰী উত্তম বাথাৰী, সহযোগী সঞ্চালক, ভাৰতীয় বুৰঞ্জী গৱেষণা পৰিষদ, গুৱাহাটী | ১৯ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ১৪ |
১৯ | জনজাতীয় উন্নয়নৰ বাবে নীতি, আঁচনি আৰু কৌশল | ১. ড০ এম.কে. শ্ৰীবাস্তৱ, সহযোগী অধ্যাপক, ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, খানাপাৰা, গুৱাহাটী-২২ ২. শ্ৰী টিকেন বৰা, প্ৰাক্তন যুটীয়া সচিব, পৰিকল্পনা কোষ, ডব্লিউ.পি.টি এণ্ড বি.চি. বিভাগ | ২৫ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ৩২ |
২০ | এ.এল.আৰ.আৰৰ ১০ অধ্যায় | ১. শ্ৰীভাৰত ভূষণ দেৱ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত, কামৰূপ (মেট্ৰো) ২. শ্ৰীজগত্ চন্দ্ৰ বৰা, অৱসৰী এ.চি.এছ. বিষয়া | ২৬ ছেপ্তেম্বৰ, ২০১৪ (এদিন) | ৩১ |