জৰীপ
•সম্প্ৰদায়সমূহৰ ওপৰত বেচলাইন আৰু অন্যান্য জৰীপসমূহ কৰা হয়।
বিভিন্ন জনজাতি বিষয়ক দলিল ৰচনা
•জনজাতিসকলৰ জীৱন আৰু সংস্কৃতি
•জনজাতিসকলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য
•ভাষাৰ দলিল ৰচনা
২০১৪-১৫ বৰ্ষত ৩ খন তথ্য চিত্ৰ(দৃশ্য-শ্ৰাব্য) প্ৰযোজনা কৰা হৈছে। তথ্য চিত্ৰকেইখনৰ নাম হৈছে- তিৱা ভাষাৰ ওপৰত ডকুমেণ্টেছন, অসমৰ ডিমাচা কাছাৰীসকলৰ জীৱন আৰু সংস্কৃতিৰ ওপৰত ডকুমেণ্টেছন, খামতীসকলৰ জীৱন আৰু সংস্কৃতিৰ ওপৰত ডকুমেণ্টেছন।