বিভিন্ন প্ৰাসংগিক কাৰ্য্যক্ৰমসমূহ হৈছে-
•চৰকাৰৰ জনজাতীয় নীতিৰ সৈতে সম্পৰ্কিত বিষয়ৰ ওপৰত মতামত প্ৰদান কৰা।
•অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সম্পৰ্কিত তথ্য যোগান।
•মাননীয় ৰাষ্ট্ৰপতিৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্পৰ্কিত নিৰ্দ্দেশাৱলী মৰ্মে কোনো বিশেষ জনগোষ্ঠী সম্পৰ্কে অভিমত প্ৰদান কৰা।
Title | Size | Detail |
---|---|---|
Renovation & Repairing | 9.16 KB | ![]() |