ওপৰৰ কথাখিনিৰ পৰা এইটো প্ৰতীয়মান হল যে প্ৰতিষ্ঠানৰ গঠনটো পৰম্পৰাগত আৰু সঞ্চালকজন ইয়াৰ মুৰব্বী হিচাপে থাকি তেওঁৰ মানবিশিষ্ট সহায়ক বিষয়া হিচাপে যুটীয়া সঞ্চালক, সংগ্ৰহালয় তত্বাৱধায়ক, উপ-সঞ্চালক, গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়া, জ্যেষ্ঠ অনুসন্ধানকাৰী আৰু পৰিসংখ্যা পৰিদৰ্শকৰ লগতে পুথিভঁড়ালী আৰু সহায়ক কৰ্মচাৰীসকল আছে।